Pic courtesy: The Wire কিছুদিন পূৰ্বে নতুন দিল্লীত নিজ পিতৃৰ মৃতদেহৰ ওচৰত থিয় দি ক্রন্দনৰত হৈ থকা ১১ বছৰীয়া লৰা এজনৰ এক ফটো বহু চর্চিত হৈ পৰিছিল। ভাৰতবৰ্ষৰ লগতে আন্তৰাষ্ট্রীয় স্তৰতো সেই ফটোখনক লৈ তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হয়। বহুচৰ্চিত ফটোখনত মৃত ব্যক্তিজন আছিল অনিল নামৰ এজন ছাফাই কর্মচাৰী। দিল্লীৰ এটা নর্দমাত কাম কৰি থকাৰ সময়তে ককালত বন্ধা ৰচিডাল চিঙি সাত মিটাৰ গভীৰ নর্দমাত পৰি ছাফাই কৰ্মচাৰী আনিলৰ কৰুণ মৃত্যু হয়। অনিলৰ পুত্র দিল্লীৰ এক স্থানীয় শ্মশানত পিতৃৰ মৃতদেহৰ ওচৰত থ…
Read more