অসমৰ নগাওঁৰ পৰা জম্মুৰ কাঠুৱালৈ ঘটি যোৱা শিশু যৌন হিংসাৰ ঘটনাই গোটেই দেশবাসীৰ মনত ত্রাসৰ সৃষ্টি কৰিছে। এই ঘটনা দুটাৰ প্রতিবাদ মাৰ নাযাওঁতেই গুজৰাটৰ সুৰাটত প্রায় নবছৰীয়া ছোৱালী এজনীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয়। যোৱা দুমাহত অসমত প্রায় ২০ টা শিশু যৌন হিংসাৰ ঘটনা পোহৰলৈ আহে। এই সকলোবোৰে সাধাৰণ মানুহক এক প্রকাৰে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে। আৰু বৃহত্তৰ সমাজৰ লগতে নাগৰিক সকলৰ দাবীক সঁহাৰি জনাই যোৱা ২১ এপ্রিলত কেন্দ্রীয় মন্ত্রীসভাই এটি অধ্যাদেশ প্রস্তুত কৰি ওলাই যি অধ্যাদেশে …
Read more