PC: Sentinel, Assam
কেইমাহমান আগতে মার্কিন যুক্তৰাষ্ট্রৰ
ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পৰ এটা পদক্ষেপে পৃথিৱীৰ বিভিন্ন প্রান্তত কঠোৰ সমালোচনাৰ সন্মুখীন হব লগা হৈছিল। তেওঁৰ নির্দেশমর্মে অবৈধ ভাৱে আমেৰিকাত প্রবেশ কৰা পৰিয়ালবোৰক ডিটেনশ্যন
কেম্পত বন্দী কৰাৰ লগতে শিশুসকলক নিজৰ নিজৰ পৰিয়ালৰ পৰা বিছিন্ন কৰি ৰখা হৈছিল। আঠ
মহীয়া শিশুৰ পৰা এক বছৰ বয়সৰ শিশুকো নিজৰ মাতৃৰ পৰা পৃথক কৰি ৰখা কার্যক কেৱল
ট্রাম্পৰ বিৰোধীসকলেই নহয়, তেওঁৰ নিজ দলৰ বহু নেতাও সমালোচনা কৰিছে।আমেৰিকাৰ এই
বাতৰি পঢ়াৰ সময়ত অস…