বহু চর্চিত তিনি তালাক আইন দ্বীতিয় বাৰৰ চেষ্টাত এন ডি এ চৰকাৰে গৃহীত কৰাত সফল হল। এই নতুন আইনখনে একেৰাহে তিনি তালাক দিয়া পুৰুষজনক তিনি বাছৰলৈকে কাৰাবন্দী কৰিব পাৰে আৰু তেওঁৰ ওপৰত জৰিমনা জাপি দিব পাৰে। যোৱা ৩০ জুলাইৰ দিনাখন ৰাজ্যসভাত এই বিলখন প্রস্তাবিত হোৱাৰ সময়ত কংগ্রেছে তিনি তালাকৰ অপৰাধীকৰণৰ বিৰোধিতা কৰিছিল। কংগ্রেছ প্রবক্তাসকলৰ মতে উচ্চতম ন্যায়ালয়ে তিনি তালাক প্রথাক অবৈধ বুলি ঘোষণা কৰাৰ পিছত এই প্রথাৰ বাবে শাস্তি প্রদানৰ বাবে আইন প্রনয়ণৰ কোনো প্রয়োজন নাছিল। ক্ষমতাধিষ্ট এন…
Read more