হায়দাৰাবাদৰ ২৭ বছৰীয়া ভেটেৰিনেৰী ডাক্তৰ এগৰাকীৰ অপহৰণ, ধর্ষণ আৰু নৃশংস হত্যাই গোটেই দেশক আকৌ স্তম্বিত কৰি পেলাইছে। ২০১২ চনৰ নির্ভয়া কাণ্ডৰ পিছতো ভাৰতবর্ষত নাৰী সুৰক্ষাৰ স্থিতি যে বৰ বেছি সলনি হোৱা নাই সেই কথা স্পষ্ট কৰি দিলে এই জঘন্য অপৰাধে। পিছে চিচিটিভি ফুটেজ আদিৰ সহায়ত আৰক্ষী অতি শীঘ্রে চাৰিওজন অপৰাধী ক্রমে জোল্লু শিভা, জোল্লু নভীন, মোহাম্মদ আৰিফ আৰু চিন্তাকুন্তা চেন্নাকেশাভুলুক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হল। কিন্তু অভিযুক্তসকলৰ শাস্তি হোৱাৰ আগতে এটি সন্দেহজনক ঘটনাত চাৰিওজন অ…
Read more