জামিয়া মিলিয়া ইছলামিয়া আৰু আলিগড় মুছলিম
বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশগ্রহণ কৰিবলৈ গৈ জে এন
ইউৰ ইতিহাস বিভাগৰ গৱেষক ছাত্র শার্জীল ইমামে বিতর্কিত বক্তব্যআগবঢ়াই বিশেষ
চৰ্চা লাভ কৰিছে। বিতৰ্কিত বক্তব্য প্ৰদানৰ পিছতেই ইমামৰ বিৰুদ্ধে সৰৱ হৈ উঠে
বহুকেইখন ৰাজ্যিক চৰকাৰ আৰু তেওঁৰ নামত দেশদ্রোহিতাৰ গোচৰ ৰুজু কৰে। পাটনালৈ 'কা' বিৰোধী আন্দোলনত
অংশগ্রহণ কৰিবলৈ গৈ প্রায় তিনিদিন আত্মগোপন কৰি থকাৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰত
আত্মসমর্পণ কৰে।
পিছে শার্জীল ইমামৰ ব…