Ravish Kumar’s book gives voice to the many fears that we have in our hearts. His book from the very beginning hints at the extraordinary time that we are living in, when speaking out is no more a normal activity but an act of bravery. Ravish Kumar talks about his own journey from being fearful to giving up that fear. From myriad examples in his life, he states how he came to terms with his own fears. The very first chapter titled “Speaking Out” drives home the fact that the…
Read more(Photo : Free Press Journal.in)
যোৱা ৮ জুনত গুৱাহাটীৰ দুজন
যুৱক – নিলোৎপল দাস আৰু অভিজিৎ নাথৰ কার্বি আংলংৰ ডকমকা পুলিচ থানাৰ অন্তর্গত
পাঞ্জুৰি কাচাৰি গাওঁত গণপ্রহাৰত মৃত্যু হয়। এই গাওঁখনৰে মানুহবোৰ যুৱক দুজনক
‘সোপাধৰা’ বুলি ভাবি মাৰ ধৰ কৰি গুৰুতৰ ভাবে আহত কৰি পেলায়। প্রায় দুঘন্টা ধৰি চলে
এই অমানৱিক অত্যাচাৰ। আৰু শেষত এই নিৰীহ প্রকৃতি প্রেমিক যুৱক দুজনে মৃত্যুক সাৱটি
ল’ব লগা হয়।
যুৱক দুজনৰ হত্যাৰ মূল কাৰণ
হ’ল সোপাধৰাৰ উৰাবাতৰি সামাজিক গণমাধ্যম আৰ…