অসমৰ চৰ চাপৰিৰ এলেকাবোৰ এতিয়াও শিক্ষাৰ ক্ষেত্রত বহুখিনি পিছ পৰি আছে। ব্রহ্মপুত্রৰ
বুকুত সিচঁৰিত হৈ থকা এই বালিচৰবোৰত ঘন জন বসতি, খেতি পথাৰ, বোকাময় বাট পথৰ ওপৰিও
অস্থায়ী বজাৰ-হাট, বিদ্যালয় আৰু আন অনুষ্ঠান আছে। পিছে চৰাঞ্চলত বসবাস কৰা
মানুহবোৰৰ সমস্যাৰ শেষ নাই। স্বাক্ষৰতাৰ হাৰ য’ত এফালে সন্তোষজনক নহয়, একে সময়ত এই
এলেকাবোৰত শিক্ষাৰত হৈ থকা ছাত্র ছাত্রীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হব লগা হয়।
চৰাঞ্চলৰ বাসিন্দাসকলৰ অৱস্থাৰ এটি সঠিক প্রতিচ্ছবি ডাঙি ধৰিবলৈ জৰীপ
এতিয়ালৈকে কেৱল দুবাৰহে…
Dhubri
Book Club was set up with an aim to inculcate a reading culture amongst our
upcoming generation. It was an effort of some of us who came together and
informally started the club on 15th October, 2017. Its activities
included monthly meeting to discuss books, give a platform to budding student
writers and poets and to make good books accessible to students studying in
remote parts of the state.
As
a part of this goal, we from the book club decided to visit Ilshamari L P…