যোৱা ১৪ তাৰিখে ঘোষিত বুকাৰ বঁটা লাভ কৰে কাণাডাৰ জনপ্রিয় লেখিকা মার্গাৰেট এটৱুড তেওঁৰ কিতাপ দ্য টেস্টামেন্টছৰ বাবে আৰু ব্রিটেইনৰ বার্নাডাইন এভাৰিস্টোই তেওঁৰ কিতাপ গার্ল, ৱমেন, আদাৰৰ বাবে। উল্লেখযোগ্য যে ৭৯ বছৰৰ মার্গাৰেট এটৱুডৰ এয়া দ্বীতিয় বুকাৰ। প্রথমবাৰ তেওঁ বুকাৰ বঁটা লাভ কৰে ২০০০ চনত দ্য ব্লাইন্ড এছাছিন নামৰ কিতাপৰ বাবে। ২০১৯ চনত প্রচলিত নিয়ম ভঙ্গ কৰি বুকাৰ বঁটা জুটীয়া ভাৱে প্রদান কৰা হয়। ইয়াৰ আগতেও ১৯৭৪ আৰু ১৯৯২ চনত যদিও এই বঁটা যুটীয়াভাৱে প্রদান কৰা হৈছিল, ১৯৯২ চনত সিদ্…
Read moreভাৰতবর্ষৰ অর্থনৈতিক ৰাজধানী বুলি
জনাজাত মুম্বাই, ভাৰতৰ চলচ্চিত্র জগতৰ মায়ানগৰী মুম্বাইৰ পৰা কেৱল ৪০০ কিঃ মিঃ
দুৰত স্থিত মাৰাঠৱাড়া এলাকাৰ বীড় জিলা। এই বীড় জিলাযোৱা কিছু বছৰৰ পৰা এক চিন্তাজনক
সমস্যা দেখা দিছে। দ্য হিন্দুৰ লগতে বিভিন্ন বাতৰি কাকতত প্রকাশিত প্রতিবেদনৰ মতে
এই এলেকাৰ প্রায় ৫০ শতাংশ মহিলাই নিজৰ গর্ভাশয় আতঁৰাই লোৱাৰ বাবে অস্ত্রপচাৰ কৰাই
লৈছে অর্থাৎ হিস্টেৰেক্টমী কৰাইছে। এনে মহিলাৰ সৰহ সংখ্যক কুহিঁয়াৰ খেতিৰ লগত
জড়িত।
কুঁহিয়াৰ খেতত কর্মৰত মহিলাসকল
কুঁহিয়াৰ কটাৰ বতৰত ম…