সাম্প্রতিক সময়ত বিকল্প ৰাজনীতিৰ লগত
ভাৰতবর্ষৰ অভিজ্ঞতা ২০১২ চনত India Against
Corruptionৰ প্রেক্ষাপটত জন্ম
লোৱা ৰাজনৈতিক দল আম আদমী পার্টীৰ ৰূপত। গঠনৰ এবছৰ পিছতে দিল্লীত ক্ষমতাধিষ্ঠ হোৱা
দলটোৱে ৰাজনীতিৰ এক নতুন পৰিভাষাৰ সৃষ্টি কৰিছিল। কোনো চিৰাচৰিত মতাদর্শৰ গইনা নলৈ
ৰাইজক বিনামূলীয়া পানী, বিজুলী,
উন্নতমানৰ
জনস্বাস্থ্য সেৱা আৰু উন্নত ৰাজহুৱা শিক্ষাখণ্ডৰ জৰিয়তে এই নতুন দলে সাধাৰণ ৰাইজৰ
প্রয়োজনক পুঁজিপতি শ্রেণীৰ ঊর্ধ্বত থৈছিল।
আম আদমী পার্টিৰ জন্ম পিছে এক বিশেষ
প্রক্ষাপটত হৈছিল…
মানৱ জাতি আজি এক অদৃশ্য শত্রুৰ সন্মুখত একপ্রকাৰ অসহায় হৈ পৰিছে। চীন দেশৰ য়ুহান চহৰত সৃষ্টি হৈ গোটেই পৃথিৱীলৈ বিয়পি পৰা কৰোণা ভাইৰাছৰ কোভিড-১৯ৰ স্বৰূপে প্রত্যেকটো দেশতেই এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। প্ৰতিদিনেই সংক্রমিত আৰু মৃতকৰ সংখ্যা বৃদ্ধি পাই আহিছে।এই প্রবন্ধ লিখাৰ সময় লৈকে গোটেই পৃথিৱীত কোভিড-১৯ মহামাৰীত আক্রান্তৰ সংখ্যা ১০ লক্ষ পাৰ কৰিছে আৰু মৃতকৰ সংখ্যাও প্ৰায় ৫০ হেজাৰ অতিক্রম কৰিলে। পৃথিৱীৰ উন্নত দেশ আমেৰিকা, ব্রিটেইনকে আদি কৰি ইউৰোপৰ ইটালী, স্পেইন, জার্মানীয়ে এই …
Read moreজামিয়া মিলিয়া ইছলামিয়া আৰু আলিগড় মুছলিম
বিশ্ববিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত অংশগ্রহণ কৰিবলৈ গৈ জে এন
ইউৰ ইতিহাস বিভাগৰ গৱেষক ছাত্র শার্জীল ইমামে বিতর্কিত বক্তব্যআগবঢ়াই বিশেষ
চৰ্চা লাভ কৰিছে। বিতৰ্কিত বক্তব্য প্ৰদানৰ পিছতেই ইমামৰ বিৰুদ্ধে সৰৱ হৈ উঠে
বহুকেইখন ৰাজ্যিক চৰকাৰ আৰু তেওঁৰ নামত দেশদ্রোহিতাৰ গোচৰ ৰুজু কৰে। পাটনালৈ 'কা' বিৰোধী আন্দোলনত
অংশগ্রহণ কৰিবলৈ গৈ প্রায় তিনিদিন আত্মগোপন কৰি থকাৰ পিছতে তেওঁ আৰক্ষীৰ ওচৰত
আত্মসমর্পণ কৰে।
পিছে শার্জীল ইমামৰ ব…
দিনৰ পিছত দিন ধৰি নিজৰ ঘৰ, কর্মস্থানত বহু সংগ্রাম চলাই গৈছে
নাৰী। আৰু কা বিৰোধী আন্দোলন ব্যতিক্রম নহয়। দেশৰ বিভিন্ন ঠাইত হোৱা প্রতিবাদত
কেৱল গুৰুত্বপূর্ণ ভূমিকা নহয় নেতৃত্ব বহন কৰিছে নাৰীসমাজে। দিল্লীৰ শাহীন বাগৰ
পৰা অসমৰ বিভিন্ন ঠাইলৈ, জামিয়াৰ পৰা জে এন ইউলৈ, উচ্চশিক্ষিতাৰ পৰা অল্পশিক্ষিতা
গৃহলক্ষ্মীলৈ আজি সকলোৱে নিজৰ ঘৰৰ সুৰক্ষিত পৰিবেশ এৰি ৰাজপথ পাইছেহি।
এই আন্দোলনৰ এটি উল্লেখণীয় বৈশিষ্ট হল ইয়াতে নাৰী,
ছাত্রসমাজ, তৃতীয় লিংগৰ ব্যক্তিসকলে লোৱা গুৰুত্বপূর্ণ ভূমিকা। এই আন্দোলন…
হায়দাৰাবাদৰ ২৭ বছৰীয়া ভেটেৰিনেৰী ডাক্তৰ এগৰাকীৰ অপহৰণ, ধর্ষণ আৰু নৃশংস হত্যাই গোটেই দেশক আকৌ স্তম্বিত কৰি পেলাইছে। ২০১২ চনৰ নির্ভয়া কাণ্ডৰ পিছতো ভাৰতবর্ষত নাৰী সুৰক্ষাৰ স্থিতি যে বৰ বেছি সলনি হোৱা নাই সেই কথা স্পষ্ট কৰি দিলে এই জঘন্য অপৰাধে। পিছে চিচিটিভি ফুটেজ আদিৰ সহায়ত আৰক্ষী অতি শীঘ্রে চাৰিওজন অপৰাধী ক্রমে জোল্লু শিভা, জোল্লু নভীন, মোহাম্মদ আৰিফ আৰু চিন্তাকুন্তা চেন্নাকেশাভুলুক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হল। কিন্তু অভিযুক্তসকলৰ শাস্তি হোৱাৰ আগতে এটি সন্দেহজনক ঘটনাত চাৰিওজন অ…
Read more